আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা

আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা। কেণ্টাকীৰ লুইভেল বিমান বন্দৰত উৰণৰ সময়তে এই ঘটনা। উৰণৰ আগমুহূৰ্ততে UPS কাৰ্গো বিমানখনত জুইৰ সূত্রপাত।

author-image
Asomiya Pratidin
New Update
fsdrfdsfsdf
  • আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা
  • কেণ্টাকীৰ লুইভেল বিমান বন্দৰত উৰণৰ সময়তে এই ঘটনা
  • উৰণৰ আগমুহূৰ্ততে UPS কাৰ্গো বিমানখনত জুইৰ সূত্রপাত
  • দুৰ্ঘটনাটোত অতি কমেও ৩গৰাকী লোক নিহত হোৱাৰ খবৰ
  • এই দুৰ্ঘটনাত আহত হৈছে ১১ গৰাকী লোক
  • কাৰ্গো বিমানখনে কঢ়িয়াই নিছিল ১.৮০লাখ গেলন তেল
  • ঘটনাৰ পাছতে বিমান বন্দৰৰ কাষৰ এলেকা সম্পূৰ্ণৰূপে খালি কৰিছে প্ৰশাসনে
আমেৰিকা আমেৰিকা যুক্তৰাষ্ট্ৰ