মুখ্য-পৃষ্ঠা গুৱাহাটী গুৱাহাটীত মণিপুৰী উগ্রপন্থী সংগঠন PLAৰ দুৰ্ধৰ্ষ সদস্যক গ্রেপ্তাৰ... গুৱাহাটী মহানগৰীত মণিপুৰী উগ্রপন্থী সংগঠন PLAৰ দুৰ্ধৰ্ষ সদস্যক গ্রেপ্তাৰ। সেনাৰ সহযোগত পল্টনবজাৰৰ এখন হোটেলৰ পৰা গ্রেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ। গুৱাহাটী মহানগৰীত মণিপুৰী উগ্রপন্থী সংগঠন PLAৰ দুৰ্ধৰ্ষ সদস্যক গ্রেপ্তাৰ। Asomiya Pratidin 20 Apr 2025 12:38 IST Follow UsNew Updateগুৱাহাটী মহানগৰীত মণিপুৰী উগ্রপন্থী সংগঠন PLAৰ দুৰ্ধৰ্ষ সদস্যক গ্রেপ্তাৰ।সেনাৰ সহযোগত পল্টনবজাৰৰ এখন হোটেলৰ পৰা গ্রেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ।গ্রেপ্তাৰ কৰা সদস্যৰ নাম মায়ংলাংবাম ববী সিং।গ্রেপ্তাৰ কৰা সদস্যজনক জেৰা অব্যাহত বশিষ্ঠ আৰক্ষীৰ। গুৱাহাটীআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক