বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশনত মন্ত্ৰী পীযুষ হাজৰীকা

মন্ত্ৰী পীযুষ হাজৰীকাই বাৰেকুৰি গাঁওবাসীয়ে প্ৰকৃতিপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰি হলৌ বান্দৰ সংৰক্ষণৰ বাবে কৰা প্ৰয়াসক প্ৰশংসা কৰাৰ লগতে স্থানীয় ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
দজজজ

ডিজিটেল সংবাদ,তিনিচুকীয়াঃ  অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ন-মটাপুং ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ দ্বাদশ দ্বি-বার্ষিক অধিৱেশনৰ কাৰ্যসূচীত উপস্থিত থাকে। 

Advertisment

্ি

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বাৰেকুৰি গাঁওবাসীয়ে প্ৰকৃতিপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰি হলৌ বান্দৰ সংৰক্ষণৰ বাবে কৰা প্ৰয়াসক প্ৰশংসা কৰাৰ লগতে স্থানীয় ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে ।

েি

 মন্ত্ৰীগৰাকীয়ে বাৰেকুৰি আঞ্চলিক যুৱ সংঘই আগন্তুক দিনত ইতিবাচক অৰিহণা অব্যাহত ৰাখি সমাজ গঠনত বলিষ্ঠ ভূমিকা পালন কৰি যাব বুলি আশা প্ৰকাশ কৰে । উল্লেখ্য যে, তিনিচুকীয়াৰ ন-মটাপুং সূৰুযজ্যোতি যুৱ সংঘৰ আতিথ্যত আয়োজন কৰা হৈছে অধিৱেশনখন।

ে্

পীযুষ হাজৰীকা