New Update
/asomiyapratidin/media/media_files/2025/02/06/9AxL9pxAsqqQD87RExfv.jpg)
- শোণিতপুৰৰ ফুলবাৰীত ভয়ংকৰ মটৰচাইকেল দুৰ্ঘটনা
- নিয়ন্ত্ৰণ হেৰুৱা ফলত সংঘটিত হয় দুৰ্ঘটনাটো
- ঘটনাত AS12-AL-3515 নম্বৰৰ মটৰচাইকেল আৰোহীজন থিতাতে নিহত
- গুৰুতৰভাৱে আহত দুজন লোক
- নিহত যুৱকজন কছাৰীগাঁও চাহ বাগিচাৰ ২৩ বছৰীয়া ৰঞ্জন গোৱালা