New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/petrol-2.jpg)
- পুনৰ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য।
- ৰবিবাৰে পেট্ৰ'লত বৃদ্ধি পালে ৮৯ পইচা আৰু ডিজেলত বৃদ্ধি পালে ৮৫ পইচাকৈ।
- বিগত ১২ দিনত প্ৰায় ৭ টকা পৰ্যন্ত বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- গুৱাহাটীত পেট্ৰ'লৰ মূল্য ১০৩ টকাৰ ওপৰত।
- গুৱাহাটীত ডিজেলৰ দাম ৮৯.৪৩ টকা।
- ১৩ দিনত ১১ বাৰ বৃদ্ধি পালে মূল্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us