পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য…

পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰিছে তেল কোম্পানীসমূহে….

ডিজিটেল ডেস্ক: পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ দাম। ৫ খন ৰাজ্যক বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পাছত দ্বিতীয়বাৰলৈ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য।

দিল্লীত শুকুৰবাৰে পেট্ৰ'ল-ডিজেলৰ ৮০ পইচাকৈ বৃদ্ধি পায়।ইয়াৰ পাছতেই দিল্লীত পেট্ৰ'ল প্ৰতি লিটাৰ ৯৭.৮১ আৰু ডিজেল ৮৯.০৭ টকা হয়গৈ।

এতিয়ালৈকে, দিল্লীত পেট্ৰ'ল আৰু ডিজেলৰ খুচুৰা মূল্য প্ৰতি লিটাৰত  টকা বৃদ্ধি পাইছে। একে সময়তে, ব্ৰেণ্ট ক্ৰুড অইল প্ৰতি ১১৮.৮৭ ডলাৰ হৈছে।

diesel petrol