'অপাৰেচন সিন্দূৰ'ক লৈ ভুল তথ্য বিয়পোৱা ৮সহস্ৰাধিক এক্স একাউন্ট বন্ধ কৰা সিদ্ধান্ত...

অপাৰেচন সিন্দূৰক লৈ সামাজিক মাধ্যমত ভুল তথ্য বিয়পোৱাৰ বাবে এলন মাস্ক মালিকানাধীন এক্সে ৮সহস্ৰাধিক একাউন্ট বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অপাৰেচন সিন্দূৰক লৈ সামাজিক

New Update
alon

ডিজিটেল ডেস্কঃ অপাৰেচন সিন্দূৰক লৈ সামাজিক মাধ্যমত ভুল তথ্য বিয়পোৱাৰ বাবে এলন মাস্ক মালিকানাধীন এক্সে ৮সহস্ৰাধিক একাউন্ট বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Advertisment

এই কঠোৰ সিদ্ধান্তৰ কথা ইতিমধ্যে ৰাজহুৱা কৰিছে এক্স কৰ্তৃপক্ষই। বন্ধ হোৱা এই একাউন্টবোৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থা আৰু বিশিষ্ট তথা জনপ্ৰিয় এক্স ব্যৱহাৰকাৰী লোকো।

এক্সে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কয় যে, আমি এই একাউন্টবোৰ বন্ধ কৰিবলৈ বাধ্য কিয়নো পিছৰ পৰ্যায়ত এনে একাউন্টৰ বাবে আমি জগৰীয়া হব পাৰো। ভাৰত চৰকাৰ নিৰ্দেশনা মানি চলা একাউন্টবোৰহে এতিয়াৰে পৰা এক্সত ৰখা হব বুলি ঘোষণা কৰে প্ৰতিষ্ঠানটোৱে। 

যুদ্ধ