প্ৰচণ্ড ট্ৰাকৰ খুন্দাত উৰি গ'ল বাহন...

বিহাৰৰ বিৰোধী নেতা তথা লালু প্ৰসাদ যাদৱৰ বৰপুত্ৰ তেজস্বী যাদৱৰ বাহনৰ ভয়ংকৰ দুৰ্ঘটনা। নিশা প্ৰায় ১.৩০বজাত সংঘটিত হয় এই দুৰ্ঘটনাৰ। মধেপুৰাৰ পৰা পাটনালৈ গৈ থকা অৱস্থাতে তেজস্বীৰ নিৰাপত্তাৰক্ষীৰ বাহনত খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাকে।

New Update
rfr
  • বিহাৰৰ বিৰোধী নেতা তথা লালু প্ৰসাদ যাদৱৰ বৰপুত্ৰ তেজস্বী যাদৱৰ বাহনৰ ভয়ংকৰ দুৰ্ঘটনা।
  • নিশা প্ৰায় ১.৩০বজাত সংঘটিত হয় এই দুৰ্ঘটনাৰ।
  • মধেপুৰাৰ পৰা পাটনালৈ গৈ থকা অৱস্থাতে তেজস্বীৰ নিৰাপত্তাৰক্ষীৰ বাহনত খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাকে।
  • এই দুৰ্ঘটনাত ৩গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে।
  • ট্ৰাকৰ প্ৰচণ্ড খুন্টাত প্ৰায় উৰি যায় তেজস্বীৰ নিৰাপত্তাৰক্ষীৰ বাহন।
  • উক্ত বাহনৰ পিছতে আছিল তেজস্বী যাদৱৰ বাহন।
বিহাৰ