'পৰিচয় সাহিত্য উৎসৱ ২০২৫'লৈ সাহিত্যিক অভিজিত গগৈক আমন্ত্ৰণ

ভূৱনেশ্বৰত অনুষ্ঠিত হ'বলগীয়া পৰিচয় সাহিত্য উৎসৱ ২০২৫লৈ সাহিত্যিক অভিজিত গগৈক আমন্ত্ৰণ জনোৱা হৈছে। ভূৱনেশ্বৰৰ প্ৰয়াস এন জি অ', ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু পৰিচয় ফাউণ্ডেশ্যনৰ সহযোগত অহা  ১৫ আৰু ১৬ নৱেম্বৰত এই সাহিত্য উৎসৱ অনুষ্ঠিত হ'ব। 

author-image
Asomiya Pratidin
New Update
agroni khabar

'পৰিচয় সাহিত্য উৎসৱ ২০২৫'লৈ সাহিত্যিত অভিজিত গগৈক আমন্ত্ৰণ

ডিজিটেল ডেস্কঃ ভূৱনেশ্বৰত অনুষ্ঠিত হ'বলগীয়া পৰিচয় সাহিত্য উৎসৱ ২০২৫লৈ সাহিত্যিক অভিজিত গগৈক আমন্ত্ৰণ জনোৱা হৈছে। ভূৱনেশ্বৰৰ প্ৰয়াস এন জি অ', ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু পৰিচয় ফাউণ্ডেশ্যনৰ সহযোগত অহা  ১৫ আৰু ১৬ নৱেম্বৰত এই সাহিত্য উৎসৱ অনুষ্ঠিত হ'ব। 

Advertisment

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসমৰ বিশিষ্ট কবি আনিছ উজ জামান, প্ৰদীপ শইকীয়াৰ লগতে নিৰ্বাচিত কবি সাহিত্যিকে এই সাহিত্য উৎসৱত অংশগ্ৰহণ কৰিছে।

সাহিত্য অসমীয়া সাহিত্য ভূৱনেশ্বৰ