পৰ্বতঝোৰাত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

বগৰীবাৰী আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে। ঘটনাস্থলীত উপস্থিত আৰ পি এফ ৰ লগতে বগৰীবাৰী আৰক্ষী।

author-image
Asomiya Pratidin
New Update
1
  • পৰ্বতঝোৰা শিঙিমাৰীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • ৰেল লাইনৰ দাঁতিত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।
  • এয়া হত্যা নে দুৰ্ঘটনা এতিয়াও পোহৰলৈ অহা নাই।
  • বগৰীবাৰী আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে।
  • ঘটনাস্থলীত উপস্থিত আৰ পি এফ ৰ লগতে বগৰীবাৰী আৰক্ষী।
  • এই সংক্ৰান্তত অসম আৰক্ষী আৰু RPF বাহিনীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
পৰ্বতঝোৰা