কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ

পৰ্বতঝোৰাৰ লালমাটিত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ৰূপচী আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বন বিভাগৰ কাম এতিয়া কৰিব লগা হৈছে আৰক্ষীয়ে। কিয়নো কুম্ভকৰ্ণ নিদ্ৰাত ৰূপচী বনাঞ্চলিক বন বিষয়া। 

WhatsApp Image 2026-01-29 at 3.37.55 PM

উল্লেখ্য যে, পৰ্বতঝোৰাৰ লালমাটিত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰূপচী আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰে। ৰূপচী আৰক্ষীয়েগোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে এই শাল গছৰ কুণ্ডাখিনি। ৰূপচী সংৰক্ষিত বনাঞ্চলৰ পৰা অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি মূল্যবান শাল গছৰ কুণ্ডা কাটি বনজ সম্পদ ধ্বংস কৰি আহিছিল। ইপিনে আৰক্ষীয়ে কাঠ খিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে ।

WhatsApp Image 2026-01-29 at 3.37.26 PM

পৰ্বতঝোৰা