পৰ্বতঝোৰাত দুখন বাহনৰ মুখামুখী সংঘৰ্ষত নিহত এজন

আহত লোক দুজন ক্ৰমে লালচান্দ শেষ,ৰেহান মুস্তাফিক ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাক আৰু মালবাহী মেজিক গাড়ীৰ মুখামুখি সংঘৰ্ষ মালবাহী মেজিক খনৰ নম্বৰ AS- 16- AC- 6571, আনহাতে ট্ৰাক খনৰ নম্বৰ NL-01-K-6624 

author-image
Asomiya Pratidin
New Update
1
  • পৰ্বতঝোৰাৰ মাক্ৰীঝোৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
  • এজন থিতাতে নিহত হোৱাৰ লগতে আন দুজনকৈ লোক গুৰুতৰ ভাৱে আহত
  • আহত দুজনক সংকজনক অৱস্থাত ততাতৈয়াকৈ DMCH লৈ প্ৰেৰণ
  • মৃত লোক জন গীয়াছ উদ্দিন (৫০) বুলি চিনাক্ত
  • আহত লোক দুজন ক্ৰমে লালচান্দ শেষ,ৰেহান মুস্তাফিক
  • ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাক আৰু মালবাহী মেজিক গাড়ীৰ মুখামুখি সংঘৰ্ষ
  • মালবাহী মেজিক খনৰ নম্বৰ AS- 16- AC- 6571, আনহাতে ট্ৰাক খনৰ নম্বৰ NL-01-K-6624 
  • দুৰ্ঘটনাস্থলীত উপস্থিত বগৰিবাৰী আৰক্ষী 
পৰ্বতঝোৰা