/asomiyapratidin/media/media_files/2026/01/17/1-2026-01-17-11-36-17.jpg)
ডিজিটেল ডেস্কঃ পৰ্বতঝোৰাত নিশা চোৰাং গো-ধনৰ বিৰুদ্ধে অভিযান। বগৰৰিবাৰী আৰক্ষীৰ অভিযানত চাৰিটাকৈ চোৰাং গৰুসহ তিনিটাকৈ গো-সৰবৰাহকাৰীক আটক কৰে।
/asomiyapratidin/media/post_attachments/1c6241b1-b0d.png)
ধৃত গো-সৰবৰাহকাৰী কেইটা ক্ৰমে বগৰীবাৰীৰ আংগাৰকাটা গাঁৱৰ ৰফিক আলি,ৰুবুল হক আৰু গোৱালপাৰাৰ টেনুকা গাঁৱৰ আইন উদ্দীন বুলি জানিব পৰা গৈছে। ধৃত তিনি সৰবৰাহকাৰীক বগৰীবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-imag-2026-01-17-11-34-19.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us