ৰং-তুলিকাৰে পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি দেৱব্ৰত মহন্তৰ...

ৰং-তুলিকাৰে পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি দেৱব্ৰত মহন্তৰ...

author-image
Asomiya Pratidin
New Update
ৰং-তুলিকাৰে পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি দেৱব্ৰত মহন্তৰ...

ডিজিটেল ডেস্কঃ আততায়ীৰ গুলিত অকালতে প্ৰাণ হেৰুওৱা বলিষ্ঠ সাহিত্যিক সাংবাদিক পৰাগ কুমাৰ দাসে ন্যায় পালে জানো ? তেখেতৰ নিষ্ঠুৰ কুটিল হত্যাকাৰী বৰ্তমান সকলো বান্ধোনৰ পৰা মুক্ত।

Advertisment

আজি ১৭ মে, পৰাগ কুমাৰ দাসৰ মৃত্যুতিথিত তেখেতৰ যন্ত্ৰণাকাতৰ অতৃপ্ত আত্মাই যেন সেইকথাকে পুনৰ উনুকিয়াইছে। এনে কিছু চিন্তা ভাবনাৰে এসময়ৰ বলিষ্ঠ সাংবাদিক পৰাগ কুমাৰ দাসলৈ ৰঙ-তুলিকাৰ মাধ্যমেৰে আজি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে চিত্ৰশিল্পী তথা মৰাণ মহিলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা দেৱব্ৰত মহন্তই ৷

Also Read: গণশিল্পী সূৰ্য দাসলৈ নিশাৰী বঁটা ২০২৪...

debabrat mahanta parag kumar das