সামাজিক মাধ্যমত হৈছিল ভূৱা প্ৰচাৰঃ সম্পূৰ্ণ সুস্থ পাপন

সুস্থ হৈ আছে পাপন। পাপনৰ মেনেজমেন্টে সদৰি কৰিছে তথ্য। কিছুসময়ৰ জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানত পাপন অসুস্থ হোৱাৰ ভুৱা বাতৰি বিয়পি পৰিছিল।

author-image
Asomiya Pratidin
New Update
401

ডিজিটেল ডেস্কঃ সুস্থ হৈ আছে পাপন। পাপনৰ মেনেজমেন্টে সদৰি কৰিছে তথ্য। কিছুসময়ৰ জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানত পাপন অসুস্থ হোৱাৰ ভুৱা বাতৰি বিয়পি পৰিছিল। এম্বুলেঞ্চৰ জৰিয়তে গুৱাহাটীলৈ লৈ অনাৰ খবৰো প্ৰকাশ পাইছিল একাংশ সংবাদমাধ্যমত।

অসুস্থ হৈ পৰা জুবিনৰ পিতৃ কপিল ঠাকুৰক লৈ অনাৰ ব্যৱস্থাপনাতহে জড়িত হৈ আছিল পাপন। সামাজিক মাধ্যমত ভুল তথ্যৰে অনৰাগীক বিভ্ৰান্তি কৰিছিল একাংশ লোকে। এই সকলো খবৰ ভুৱা বুলি উল্লেখ কৰে পাপনৰ মেনেজমেন্টে। 

অংগৰাগ পাপন মহন্ত