/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/b8e184b8-4761-44f8-82bf-ff142f5510c9/AP FOR WEB new format copy.jpg)
পানীখাইটিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
পানীখাইটি কালী মন্দিৰ অঞ্চলত মেজিক আৰু মাৰুতি চুইফট ডিজাইয়াৰৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাটো কোনো হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে বহুদিনৰে পৰা উক্ত অঞ্চলটোত সংঘটিত হৈ আহিছে এনে কেইবাটাও দুৰ্ঘটনা।
উক্ত স্থানত থকা ৰে'ল গেট বন্ধ হৈ গ'লে সৃষ্টি হয় ব্যাপক যানযঁটৰ
সমীপতে এখন আৰক্ষী থানা আছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ।
অচিৰেই ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে সচেতন মহল তথা ৰাইজে।