বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ...

পঞ্চায়ত নিৰ্বাচনৰ দিন  চমু চাপি অহাৰ লগে লগে এক প্ৰকাৰ জোৰদাৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ কাৰ্য ৷ অসমৰ বিভিন্ন প্ৰান্তৰ দৰে বিশ্বনাথতো এতিয়া উঠিছে নিৰ্বাচনী জোৱাৰ ৷

author-image
Asomiya Pratidin
New Update
yussssss

ডিজিটেল সংবাদ, বিশ্বনাথঃ  পঞ্চায়ত নিৰ্বাচনৰ দিন  চমু চাপি অহাৰ লগে লগে এক প্ৰকাৰ জোৰদাৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ কাৰ্য ৷ অসমৰ বিভিন্ন প্ৰান্তৰ দৰে বিশ্বনাথতো এতিয়া উঠিছে নিৰ্বাচনী জোৱাৰ ৷

তুংগত উঠিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানো। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কৰ্মী সকলে দুগুণ উৎসাহেৰে প্ৰচাৰ কাৰ্য কৰা পৰিলক্ষিত হৈছে ৷ 

ইতিমধ্যে বিশ্বনাথ বিধানসভা সমষ্টিৰ মুখৰগড় পঞ্চায়তৰ অন্তৰ্গত নীলপুৰ চাহ বাগিচাত সাকোমঠা (২) ৰ জিলা পৰিষদৰ প্ৰাৰ্থী গণেশ বাছোৱাৰে ৰেলী কৰি ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলায়।

পঞ্চায়ত নিৰ্বাচন