অৱশেষত পঞ্চায়ত নিৰ্বাচনঃ ৫এপ্ৰিলৰ পূৰ্বেই ঘোষণা হ'ব নিৰ্বাচনৰ দিন...

৫ এপ্ৰিলৰ পূৰ্বেই ঘোষণা হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন।  সংবাদমাধ্যমক এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে, ৫মে'ৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচনৰ

author-image
Asomiya Pratidin
New Update
÷ÅàÉ÷LaÏ1 ë±ãÃÃ1 Îâ±ø¸í±
  • ৫ এপ্ৰিলৰ পূৰ্বেই ঘোষণা হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। 
  • সংবাদমাধ্যমক এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • উল্লেখযোগ্য যে, ৫মে'ৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচনৰ সামগ্ৰিক প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি জনাইছিল গ্ৰামোন্নয়ন আৰু পঞ্চায়ত মন্ত্ৰী ৰণজিৎ দাসে। 
  • ৰাজ্যৰ বিভিন্ন অঞ্চলত মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা বৃদ্ধি পাব।
  • ইতিমধ্যে, কংগ্ৰেছকে ধৰি ৰাজ্যৰ কেইবাটাও ৰাজনৈতিক দলে চলাই আছে পঞ্চায়ত নিৰ্বাচনৰ অনানুষ্ঠানিক প্ৰচাৰ। 
  • ৰাজ্যিক নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন-বাৰ। 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা