New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- পাণবজাৰৰ মৰেল পুলিচিঙৰ ঘটনাৰে জড়িত ৮জনক গ্রেপ্তাৰ
- গ্রেপ্তাৰ: জিতু কলিতা, গৌতম লহকৰ, হীৰক মেধি, ছাৰিফুল আহমেদ
- আব্দুল খালেক, মহম্মদ মিজাজুল হক, ধ্রুৱজ্যোতি পাঠক, সমৰজ্যোতি শৰ্মা
- আটাইকেইজন খাওগলীৰ পদপথৰ ব্যৱসায়ী
- নেকিবুৰ ৰহমান নামৰ আন এজন যুৱককো আটক আৰক্ষীৰ
- পাণবজাৰত গণ প্রহাৰত মৃত্যু হৈছিল তিলক দাস নামৰ লোকজনৰ
- গ্রেপ্তাৰ হোৱা আটাইকেইজনকে আদালতত হাজিৰ আৰক্ষীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us