জুবিন গাৰ্গৰ হত্যা গোচৰঃ অনতিপলমে ‘বিশেষ আদালত’ গঠনৰ দাবী ভগ্নীৰ

জুবিন গাৰ্গৰ হত্যা গোচৰৰ শুনানি সন্দৰ্ভত পামী বৰঠাকুৰৰ প্রতিক্রিয়া। অনতিপলমে ‘বিশেষ আদালত’ গঠনৰ দাবী জুবিন গাৰ্গৰ ভগ্নীৰ।

author-image
Asomiya Pratidin
New Update
ZUBEEENNE
  • জুবিন গাৰ্গৰ হত্যা গোচৰৰ শুনানি সন্দৰ্ভত পামী বৰঠাকুৰৰ প্রতিক্রিয়া
  • অনতিপলমে ‘বিশেষ আদালত’ গঠনৰ দাবী জুবিন গাৰ্গৰ ভগ্নীৰ
  • আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ‘বিশেষ আদালত’ গঠনৰ দাবী পামী বৰঠাকুৰৰ
  • ‘প্রতিপক্ষৰ অধিবক্তাই গোচৰটো লেহেমীয়া কৰিছে’
  • ‘আমি কোনো কাৰণতে মানি ল’ব নোৱাৰো’
  • ‘এই অৱজ্ঞা সমগ্র অসমীয়াৰ বাবে অপমান’

JFDJFJF

  • জুবিন গাৰ্গৰ হত্যাকাৰী কেইজনৰ উপযুক্ত শাস্তিৰ দাবী কৰে তেওঁ
  • সামাজিক মাধ্যমযোগে প্রতিক্রিয়া ব্যক্ত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ
জুবিন গাৰ্গ