New Update
/asomiyapratidin/media/media_files/2025/05/10/xSfQiYMry5waNafjTzJl.jpg)
পুৱতি নিশা ৩-৪০ বজাত কঁপি উঠিল পাকিস্তান
- ভূমিকম্পৰ পাছতে পুনৰ কঁপি উঠিল পাকিস্তান।
- পুৱতি নিশা ৩-৪০ বজাত পাকিস্তানৰ ৩চহৰত বিস্ফোৰণৰ শব্দ।
- ৰাৱালপিণ্ডি, লাহোৰ আৰু ইছলামাবাদ উঠিল কঁপি।
- ৰাৱালপিণ্ডিৰ নুৰ খান বায়ু সেনাৰ ঘাটিৰ সমীপত বিস্ফোৰণৰ ঘটনা।
- লাহোৰ আৰু ইছলামাবাদতো বিস্ফোৰণ সংঘটিত হোৱাৰ তথ্য।
- এই তিনি চহৰত প্ৰত্যাক্ৰমণ কৰিছে ভাৰতে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us