New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/126ed445-41c0-4821-b530-ac3fe6331a98.jpg)
- অৱশেষত স্বদেশলৈ উভতিব ভাৰতীয় উইং কামাণ্ডাৰ অভিনৱ বৰ্ধমান।
- পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কৰিলে এই ঘোষণা।
- শুকুৰবাৰে মুক্তি কৰিব দিয়া হ'ব উইং কামাণ্ডাৰগৰাকীক।
- শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত পাকিস্তানে উইং কামাণ্ডাৰগৰাকীক মুকলি দিব বুলি ঘোষণা।
- বুধবাৰৰ পৰা পাকিস্তানৰ বন্দী হৈ আছিল ভাৰতীয় উইং কামাণ্ডাৰ অভিনন্দন বৰ্ধমান।
- ভাৰতৰ মাটিত আক্ৰমণ কৰিবলৈ অহা পাকিস্তানী বায়ু সেনাক প্ৰতিৰোধ কৰিবলৈ যাওতে পাকিস্তানে আটক কৰিছিল অভিনন্দনক।