কাইলৈ দিল্লী পাবহি অভিনন্দন

কাইলৈ দিল্লী পাবহি অভিনন্দন
  • অৱশেষত স্বদেশলৈ উভতিব ভাৰতীয় উইং কামাণ্ডাৰ অভিনৱ বৰ্ধমান।
  • পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কৰিলে এই ঘোষণা।
  • শুকুৰবাৰে মুক্তি কৰিব দিয়া হ'ব উইং কামাণ্ডাৰগৰাকীক।
  • শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত পাকিস্তানে উইং কামাণ্ডাৰগৰাকীক মুকলি দিব বুলি ঘোষণা।
  • বুধবাৰৰ পৰা পাকিস্তানৰ বন্দী হৈ আছিল ভাৰতীয় উইং কামাণ্ডাৰ অভিনন্দন বৰ্ধমান।
  • ভাৰতৰ মাটিত আক্ৰমণ কৰিবলৈ অহা পাকিস্তানী বায়ু সেনাক প্ৰতিৰোধ কৰিবলৈ যাওতে পাকিস্তানে আটক কৰিছিল অভিনন্দনক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in