সেনা প্ৰধানক সলনি কৰাৰ চিন্তা- চৰ্চা পাকিস্তানৰ

ভাৰতৰ বিৰুদ্ধে কোনো সফল ৰণনীতি প্ৰস্তুত কৰিব পৰা নাই পাকিস্তানে। ৪খনকৈ পাক বায়ু সেনাৰ যুদ্ধ জাহাজ বিধ্বস্ত হৈছে ইতিমধ্যে।

author-image
Asomiya Pratidin
New Update
সেনা প্ৰধানক সলনি কৰাৰ চিন্তা- চৰ্চা পাকিস্তানৰ

সেনা প্ৰধানক সলনি কৰাৰ চিন্তা- চৰ্চা পাকিস্তানৰ

  • বিবুধিত পাকিস্তান।
  • পাকিস্তানৰ সেনা প্ৰধানক সলনি কৰাৰ সম্ভাৱনা।
  • বৰ্তমানৰ সেনা প্ৰধান আছিম মুনিৰকলৈ সন্তুষ্ট নহয় পাক চৰকাৰ।
  • ভাৰতৰ বিৰুদ্ধে কোনো সফল ৰণনীতি প্ৰস্তুত কৰিব পৰা নাই পাকিস্তানে।
  • ৪খনকৈ পাক বায়ু সেনাৰ যুদ্ধ জাহাজ বিধ্বস্ত হৈছে ইতিমধ্যে।
  • পাক সেনাই নিক্ষেপ কৰা মিছাইল আক্ৰমণ প্ৰতিহত কৰিছে ভাৰতে।
  • ইয়াৰ বিপৰীতে পাকিস্তানত ভাৰতৰ মিছাইলৰ বৰষুণ।
পাকিস্তান যুদ্ধ