পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ ভাৰতৰ, ৫০ খনতকৈও অধিক ড্ৰোণ ধ্বংস...

ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সকলোকে বাধা দিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতে ৫০ খনতকৈও অধিক ড্ৰোণ ধ্বংস কৰিছে। ইফালে পাঞ্জাৱৰ জলন্ধৰত বিস্ফোৰিত ড্ৰোণৰ অৱশিষ্ট উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই।

author-image
Asomiya Pratidin
New Update
fsf

ডিজিটেল ডেস্কঃ  শুকুৰবাৰে নিশা পাকিস্তানে ভাৰতৰ সেনা চাউনী আৰু সেনা ঘাটিক লক্ষ্য কৰি আক্ৰমণৰ চেষ্টা কৰে। পাকিস্তানে ধাৰাবাহিকভাৱে ড্ৰোণৰ জৰিয়তে পাঞ্জাবৰ ফিৰোজপুৰত আক্ৰমণ চলাই আছে। কিন্তু শত্ৰু দেশখনক যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতে।

Advertisment

ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সকলোকে বাধা দিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতে ৫০ খনতকৈও অধিক ড্ৰোণ ধ্বংস কৰিছে। ইফালে পাঞ্জাৱৰ জলন্ধৰত বিস্ফোৰিত ড্ৰোণৰ অৱশিষ্ট উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই।

উল্লেখ্য যে, জলন্ধৰৰ কাংগানিৱাল গাঁৱৰ পৰা ভাৰতীয় সেনাই ড্ৰোণৰ অৱশিষ্ট উদ্ধাৰ কৰে।
সামন্তৰালকৈ পাঞ্জাৱৰ অমৃতসৰতো বিস্ফোৰিত হোৱা ড্ৰোণ উদ্ধাৰ কৰা লগতে মুগলানি গাঁৱৰ এখন পথাৰত উদ্ধাৰ কৰিছে বিস্ফোৰিত ড্রোণ।

পাকিস্তান ভাৰত-পাকিস্তান পাকিস্তানৰ বিস্ফোৰণ