New Update
/asomiyapratidin/media/media_files/2025/05/14/j7ZNwfyiDHRTDDiZTZKd.jpg)
পাকিস্তানে এৰি দিলে ভাৰতৰ বিএছএফ জোৱানক
- পাকিস্তানত বন্দী হৈ থকা ভাৰতৰ বিএছএফৰ জোৱানক এৰি দিলে পাকিস্তানে
- ২০ দিন ধৰি পাকিস্তানৰ কব্জাত আছিল বিএছএফৰ জোৱান পুৰ্ণম কুমাৰ শ্ব
- ভাৰত-পাক আন্তৰাষ্ট্ৰীয় সীমান্ত ভুলৱশতঃ অতিক্ৰম কৰি পাকিস্তানত কৰিছিল প্ৰৱেশ
- ২৩ এপ্ৰিলত পাক ৰেঞ্জাৰে আটক কৰিছিল জোৱান জনক
- ভাৰতৰ হেঁচাত পাকিস্তানে জোৱান জনক গতাই দিলে ভাৰতক
- আটাৰী সীমান্তই দি ভাৰতত প্ৰৱেশ কৰে জোৱান জনে