New Update
/asomiyapratidin/media/media_files/2025/05/08/On0wrCevULDJupQqNe8o.jpg)
- ভাৰতে বন্দী কৰিলে পাকিস্তানী পাইলটক।
- ভাৰতে ভূপতিত কৰা পাক যুঁজাৰু বিমানৰ পৰা উদ্ধাৰ কৰা হৈছে দুই পাইলটক।
- ৰাজস্থান সীমান্তত বন্দী কৰিছে পাকিস্তানী দুই পাইলটক।
- ইফালে পাক আক্ৰমণকলৈ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ আনুষ্ঠানিক বিবৃতি
- জম্মু, পাঠানকোট, উধমপুৰৰ সেনা ঘাটিত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে
- ড্ৰোণ আৰু মিছাইলেৰে আক্ৰমণ চলাইছিল
- আক্ৰমণত কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us