/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7caf39b1-5909-4190-8736-aa3b56c4dd4d/birubala_rabha.jpg)
padmasri Birubala Rabha
ডিজিটেল সংবাদ, বকোঃ বকোত পদ্মশ্ৰী বীৰুবালা ৰাভা । ৰাজ্য আন আন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে কামৰূপ জিলাৰ বকোৰ সুঁৱৰী মঞ্চত ' বৰ্ণাঢ্য ' নামৰ সাংস্কৃতিক সংগঠনটোৱে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন উপলক্ষে আয়োজন কৰা ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজি অহা পদ্মশ্ৰী বীৰুবালা ৰাভাই । পদ্মশ্ৰী বীৰুবালা ৰাভাক সংগঠনটোৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ।