New Update
/asomiyapratidin/media/media_files/2026/01/25/padmasrrrrri-2026-01-25-16-05-56.jpg)
- ২০২৬ বৰ্ষৰ পদ্মশ্ৰী বঁটাপ্রাপকৰ নাম ঘোষণা
- অসমৰ ৩গৰাকী বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছে পদ্মশ্রী সন্মান
- ভাস্কৰ্য শিল্পী, কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈ পদ্মশ্রী সন্মান
- সুকণ্ঠী গায়িকা পখিলা লেকথেপীলৈও আগবঢ়োৱা হৈছে এই সন্মান
- কাৰ্বি সংগীত জগতলৈ চাৰি দশক ধৰি অৱদান আগবঢ়াই আহিছে পখিলা লেকথেপীয়ে
- বিশিষ্ট এৰী বিশেষজ্ঞ যোগেশ দেউৰীয়েও লাভ কৰিছে পদ্মশ্রী সন্মান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us