/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/63ce304f-5678-4b96-bfe5-52fd834c2bb3/padma_award.jpg)
padma award
ডিজিটেল ডেস্কঃ প্ৰতি বছৰেদেশৰ গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰৰ যোগ্য ব্যক্তিক প্ৰদান কৰা হয় পদ্ম বঁটা। পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী পদ্ম বঁটাসমূহ দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত অন্যতম।
গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ঘোষণা কৰা পদ্ম বঁটা ২০২৩ ৰ বাবে অনলাইন মনোনয়ন পত্ৰ ১৫ ছেপ্তেম্বৰ ২০২২ বৃহস্পতিবাৰলৈকে গ্ৰহণ কৰিব।
উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যোৱা ১ মে'ৰ পৰা পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শ গ্ৰহণৰ বাবে ঘোষণা কৰিছিল। সেই অনুসৰি মন্ত্ৰালয়ে পদ্ম বঁটাৰ মনোনয়নৰ অন্তিম দিন ১৫ ছেপ্তেম্বৰ ঘোষণা কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us