পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩

পশ্চিম কাৰ্বি আংলং জিলাৰ আমডুবা গাওঁত ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে ৩৫ জন লোক হৈছে আহত। আহত সকলৰ ভিতৰত ৫ জনৰ অৱস্থা অতি সংকটজনক।

author-image
Asomiya Pratidin
New Update
নুমলীগড়ৰ বিষ্ণুপুৰ তিনিআলিত ভয়ংকৰ দুৰ্ঘটনাঃ এজনে হেৰুৱালে প্ৰাণ
  • পশ্চিম কাৰ্বি আংলং জিলাৰ আমডুবা গাওঁত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • তিনিজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে ৩৫ জন লোক হৈছে আহত।
  • আহত সকলৰ ভিতৰত ৫ জনৰ অৱস্থা অতি সংকটজনক।
  • দুর্ঘটনাত পতিত হোৱা মেক্স পিক-আপ বাহন খনৰ নম্বৰ হৈছে ML04 D 7756।
  • নিহত হোৱা লোক তিনিজন হৈছে ক্ৰমে ভৰত কুমাৰ বে, কাটি কিলিংপি আৰু কাছাং টেৰনপী।
  • উলকুঞ্চি পৰা জিৰিকিংডিং অভিমুখে আছিল বাহনখন।
  • নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে বাহনখন। 
পশ্চিম কাৰ্বি আংলং