/asomiyapratidin/media/media_files/2025/05/22/Zj5xjRsPgkPTFwlwUHf9.jpg)
ৰাজপুত্ৰৰ দম্ভালি আমাৰ আগত নচলিব : পবিত্ৰ মাৰ্ঘেৰিটা
ডিজিটেল সংবাদ , নগাঁও: বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। মন্ত্ৰী মাৰ্ঘেৰিটাই সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভত কৰিলে কেইবাটাও মন্তব্য।
"তৰুণ গগৈৰ পুত্ৰ,মই ভয় নকৰো" বুলি কৰা গৌৰৱ গগৈৰ মন্তব্যক উভতি ধৰি পবিত্ৰ মাৰ্ঘেৰিটাই সদৰি কৰে, "ৰাজপুত্ৰৰ দম্ভালি আমাৰ আগত নচলিৱ।" মন্ত্ৰী গৰাকীৰ এই মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।