Advertisment

৩য় সংখ্যক নৰ্থ ইষ্ট এক্সপ' প্ৰমোচনেল মিটত পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

তৃতীয় সংখ্যক নৰ্থ ইষ্ট এক্সপ' ২০২৪ বৰ্ষ তৃতীয় সংখ্যক এক্স প্ৰমোচনেল সভা অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সভাত অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
এক্সপ'

ডিজিটেল সংবাদ,হাওৰাঘাট:  গুৱাহাটীস্থিত নেডফি (NEDFI) হাউচত বৃহস্পতিবাৰে তৃতীয় সংখ্যক নৰ্থ ইষ্ট এক্সপ' ২০২৪ বৰ্ষ তৃতীয় সংখ্যক এক্স প্ৰমোচনেল সভা অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সভাত অংশগ্ৰহণ কৰে।

Advertisment

ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ আৰু মিনিছট্ৰি অফ এক্ট্ৰাৰনেল এফেয়াৰ ভাৰত চৰকাৰৰ সৌজন্যত তৃতীয় সংখ্যক নৰ্থ ইষ্ট এক্সপ' মীট আয়োজন সভাত ৪খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি সকলে অংশ গ্ৰহণ কৰে। সেই দেশসমূহৰ ভিতৰত হৈছে ক্ৰমে নেপাল ভূটান, বাংলাদেশ আৰু থাইলেণ্ড ৷

সভাত ভাৰত আৰু অন্যান্য ৰাষ্ট্ৰৰ সৈতে কেনেকৈ এক্সপ' প্ৰমোচনেল আদান প্ৰদান কৰিব পাৰি সেই বিষয়ে আলোচনাত মিলিত হয় ৷ সভাত উত্তৰ পূব পৰিষদৰ সদস্য তথা অৱসৰপ্ৰাপ্ত আই এ এচ বিষয়া লংকি ফাংচ'ই বহুমূলীয়া ভাষণ আগবঢ়ায়।

পবিত্ৰ মাৰ্ঘেৰিটা