কিয় ম্যানমাৰত বন্দী কৰা হৈছিল ২৪ খন দেশৰ ৭০০০ লোকক?

ম্যানমাৰে মুক্তি দিলে  ২৮০ গৰাকী ভাৰতীয়ক। সোমবাৰে "স্কেম চেন্টাৰ"ৰ পৰা দিয়া হয় মুক্তি। থাইলেণ্ডৰ মাজেৰে দেশলৈ ঘুৰাই  অনা হয় আটাইকেইগৰাকী ভাৰতীয়ক। বায়ুসেনাৰ এখন বিমানেৰে ভাৰতীয় নাগৰিকসকলক অনা হয় দেশলৈ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ম্যানমাৰে মুক্তি দিলে  ২৮০ গৰাকী ভাৰতীয়ক

ম্যানমাৰে মুক্তি দিলে ২৮০ গৰাকী ভাৰতীয়ক

  • ম্যানমাৰে মুক্তি দিলে  ২৮০ গৰাকী ভাৰতীয়ক
  • সোমবাৰে "স্কেম চেন্টাৰ"ৰ পৰা দিয়া হয় মুক্তি
  • থাইলেণ্ডৰ মাজেৰে দেশলৈ ঘুৰাই  অনা হয় আটাইকেইগৰাকী ভাৰতীয়ক
  • বায়ুসেনাৰ এখন বিমানেৰে ভাৰতীয় নাগৰিকসকলক অনা হয় দেশলৈ
  • বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য
  • ম্য়ানমাৰত বন্দী কৰা হৈছিল ২৪ খন দেশৰ ৭০০০ লোকক
  • অবৈধ অনলাইন জালিয়াতিৰ কাম কৰাৰ বাবে কৰিছিল বন্দী
  • অসমৰো কেইবাজনো ব্যক্তি এই তালিকাত থকাৰ সন্দেহ
  • অসমৰ ব্য়ক্তিকেইজনক হস্তান্তৰ কৰিছে দিল্লীৰ অসম ভৱন কৰ্তৃপক্ষক
myanmar indian rescued