মই মিঠাতেল দিমেইঃ কংগ্ৰেছক অপেন চেলেঞ্জ মুখ্যমন্ত্ৰীৰ...

বটদ্ৰৱাৰ জনসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ  ‘কংগ্ৰেছীসকলক সৰুতে মিঠাতেলেৰে মালিচ কৰা নাছিল’  ‘মিঠাতেলৰ কথা ক’লে সেইকাৰণে কংগ্ৰেছে মোক ট্ৰল কৰে’

author-image
Asomiya Pratidin
New Update
ujjjdd
  • বটদ্ৰৱাৰ জনসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
  • সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ
  •  ‘কংগ্ৰেছীসকলক সৰুতে মিঠাতেলেৰে মালিচ কৰা নাছিল’
  •  ‘মিঠাতেলৰ কথা ক’লে সেইকাৰণে কংগ্ৰেছে মোক ট্ৰল কৰে’
  •  ‘মই কংগ্ৰেছীসকলকো অৰুণোদয়ৰ চাউল বিনামূলীয়াকৈ দিছোঁ’
  • ‘ট্ৰল কৰিলেও কংগ্ৰেছীসকলেই লাইনত প্ৰথমে থিয় হয়’
  •  ‘কংগ্ৰেছীসকলে কিয় বিনামূলীয়া চাউল ল’বলৈ যায় বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ?
  • ‘মই মিঠাতেল দিমেই’ বুলি কংগ্ৰেছক চেলেঞ্জ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা