২৪ ফেব্ৰুৱাৰীত পঞ্চম পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন

এইবাৰ বক্তৃতাৰ বিষয় হৈছে- ‘বিঘ্নিতকাৰী প্ৰযুক্তি আৰু সভ্যতাৰ সংকট’। এই বক্তৃতা প্ৰদান কৰিব বিশিষ্ট শিক্ষাবিদ তথা ৰয়েল গ্লে’ৱেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাঁয়ে।

author-image
Asomiya Pratidin
New Update
181
  • পঞ্চমবাৰৰ বাবে আয়োজন কৰা হৈছে  পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতানুষ্ঠানৰ।
  • এইবাৰ বক্তৃতাৰ বিষয় হৈছে- ‘বিঘ্নিতকাৰী প্ৰযুক্তি আৰু সভ্যতাৰ সংকট’।
  • এই বক্তৃতা প্ৰদান কৰিব বিশিষ্ট শিক্ষাবিদ তথা ৰয়েল গ্লে’ৱেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাঁয়ে।
  • মহানগৰীৰ উজান বজাৰত থকা বিবেকানন্দ কেন্দ্ৰত আয়োজন কৰা হৈছে এই বক্তৃতানুষ্ঠানৰ।
  • ২৪ ফেব্ৰুৱাৰীৰ আবেলি ৩-০০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
  • পৰাগ কুমাৰ দাস স্মাৰক ন্যাস অনুষ্ঠানটোৰ উদ্যোক্তা।
পৰাগ কুমাৰ দাস