New Update
/asomiyapratidin/media/media_files/2025/05/07/jFeTdIP8xoQKIWXd4Tr7.jpg)
- ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইট।
- ভাৰতীয় সেনাক লৈ গৌৰৱাম্বিত বুলি উল্লেখ কৰা কংগ্ৰেছ নেতাগৰাকীয়ে।
- সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে লিখিলে- Proud of our Armed Forces. Jai Hind!
- কংগ্ৰেছ দল চৰকাৰৰ সৈতে থিয় দিয়াৰ কথা সদৰি কৰিলে নেতাগৰাকীয়ে।
- ইফালে কংগ্ৰেছ নেতা পৱন খেৰাইও যুদ্ধলৈ কংগ্ৰেছৰ পূৰ্ণ সমৰ্থন থকাৰ কথা উল্লেখ কৰে।
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই অপাৰেচনক লৈ কৰিলে টুইট।
- পেহেলগামত হোৱা আক্ৰমণৰ এয়া প্ৰত্যুত্তৰ বুলি কলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
- সন্ত্ৰাসবাদীৰ নিঃশেষ কৰাৰ হুংকাৰ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
- ভাৰত আৰু ভাৰতীয়ৰ ওপৰত হোৱা যিকোনো আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ চৰকাৰ সদায় সাজু আছে বুলিও কলে তেওঁ।