অপাৰেচন সিন্দূৰ : কিছু সময় পাছতে অনুষ্ঠিত হ’ব সেনাৰ সংবাদমেল

অপাৰেচন সিন্দূৰ : কিছু সময় পাছতে অনুষ্ঠিত হ’ব সেনাৰ সংবাদমেল

author-image
Asomiya Pratidin
New Update
অপাৰেচন সিন্দূৰ : কিছু সময় পাছতে অনুষ্ঠিত হ’ব সেনাৰ সংবাদমেল

অপাৰেচন সিন্দূৰ : কিছু সময় পাছতে অনুষ্ঠিত হ’ব সেনাৰ সংবাদমেল

  • ভাৰত- পাকিস্তানৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে আন এক খবৰ।
  • ভাৰত- পাকিস্তানৰ শেহতীয়া পৰিস্থিতিক লৈ হ’ব আলোচনা।
  • দেশত চলি থকা ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত সেনাই কৰিব সংবাদমেল সম্বোধন ।
  • কিছু সময় পাছতে অনুষ্ঠিত হ’ব সংবাদমেল।
  • সংবাদমেলত ভাগ ল'ব শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়াই। 
  • এই সংবাদমেলতে ভাৰত চৰকাৰৰ ফালৰ পৰাও আহিব প্ৰতিক্ৰিয়া।
অপাৰেচন সিন্দুৰ