New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b80b2e16-b01f-407c-9ed2-0d5f65343adc/download.jpg)
-
জুৰীয়াৰ উদমাৰীত নিশা ড্রাগছৰ বিৰুদ্ধে অভিযান ।
-
ড্রাগছ বিক্রী কৰাৰ সময়তে হাতেলোটে আটক সৰবৰাহকাৰীক ।
-
ধৃত সৰবৰাহকাৰীটোৰ নাম ছহিদুল্লাহ ।
-
সৰবৰাহকাৰীটোৰ পৰা জব্দ ৭৬টাকৈ হেৰ’ইন ভৰ্তি কণ্টেইনাৰ ।