New Update
/asomiyapratidin/media/media_files/2025/07/01/dddd-2025-07-01-10-44-50.jpg)
- বিশিষ্ট কবি অনুভৱ তুলসী আৰু নাই
- দিছপুৰস্থিত জি এন আৰ চি হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে কবিগৰাকীয়ে।
- মঙলবাৰৰ পুৱা ১০.০৫বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কবিগৰাকীয়ে।
- ১৯৯৭চনত মুনীন বৰকটকী সন্মান লাভ কৰিছিল তেওঁ।
- ১৯৫৮চনত নগাঁৱত জন্ম গ্ৰহণ কৰিছিল অনুভৱ তুলসীয়ে।
- তেওঁৰ উল্লেখযোগ্য কবিতাপুথি সমূহৰ ভিতৰত নাজমা, দোৰাণ ফুল, কাব্যপীঠ, পানী কাউৰী অন্যতম।