শিক্ষাৰ্থীসকললৈ ডাঙৰ খবৰঃ আনন্দৰাম বৰুৱা বঁটাৰ বাবে কৰিব লাগিব অনলাইন আবেদন...

শিক্ষাৰ্থীসকললৈ ডাঙৰ খবৰঃ আনন্দৰাম বঁটাৰ বাবে কৰিব লাগিব অনলাইন আবেদন...

author-image
Asomiya Pratidin
New Update
শিক্ষাৰ্থীসকললৈ ডাঙৰ খবৰঃ আনন্দৰাম বৰুৱা বঁটাৰ বাবে কৰিব লাগিব অনলাইন আবেদন...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ। ২০২৪বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে অনলাইন আবেদন কৰিব লাগিব শিক্ষাৰ্থীসকলে। ৭৫শতাংশতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে এই বঁটাৰ বাবে আবেদন কৰিব পাৰিব।

Advertisment

১৫জুলাই ২০২৪ৰ পৰা ২৫জুলাই ২০২৪ৰ মাজনিশাৰ লৈকে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে। কৃতী শিক্ষাৰ্থীসকলৰ আবেদনৰ বাবে শিক্ষা বিভাগে দুটা ৱেবচাইট মুকলি কৰিছে। সেই ৱেবচাইট দুটা হৈছে- https:bidyarthi.co.in  আৰু www.madhyamik.assam.gov.in ।

অনলাইন আবেদনত শিক্ষাৰ্থীসকলে বেংক একাউন্টৰ সবিশেষ। উক্ত বেংক একাউন্টতো শিক্ষাৰ্থীৰ গৰাকীৰ নামত থকাটো বাঞ্চনীয়। ইতিমধ্যে শিক্ষাবিভাগে এই সন্দৰ্ভত এখন জৰুৰী জাননী জিলা শিক্ষা বিষয়াসকললৈ প্ৰেৰণ কৰিছে।

আনন্দৰাম বৰুৱা বঁটা