New Update
/asomiyapratidin/media/media_files/2026/01/29/ujjjdd-2026-01-29-23-17-00.jpg)
- শিৱসাগৰ জিলাৰ নামতিত অ’এনজিচিৰ তেলখাদত ভয়ংকৰ বিস্ফোৰণ ৷
- উগ্ৰপন্থীৰ কূটাঘাতমূলক কাৰ্য নে ভূগৰ্ভৰ চাপৰ বাবে এই বিস্ফোৰণ হ’ল এই কথা এতিয়াও নিশ্চিত হোৱা নাই ৷
বিস্ফোৰণৰ পিছতেই চৌদিশে প্ৰাকৃতিক গেছ বিয়পি পৰে ৷ - অগ্নিকাণ্ডৰ আশংকাত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী সষ্টম কৰি ৰখা হৈছে ৷
- অঞ্চলটোত কৰ্তন কৰা হৈছে বিদ্যুতৰ।
- অঞ্চলবাসীক জুইঁ জ্বলোৱাতো বাধা প্ৰদান কৰিছে প্ৰশাসনে।
- নকাৰি গাওঁস্থিত ৩৩নং খাঁদত এই বিস্ফোৰণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us