নগাঁৱৰ কঠীয়াতলীত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক

নগাঁৱৰ কঠীয়াতলীত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক । শনিবাৰৰ নিশা নগাঁও জিলাৰ কঠীয়াতলীত আৰক্ষীয়ে অভিযান চলায় । উক্ত অভিযানতে ড্ৰাগছসহ এজন সেৱনকাকাৰীক আটক কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
cb
  • নগাঁৱৰ কঠীয়াতলীত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক।
  • শনিবাৰৰ নিশা নগাঁও জিলাৰ কঠীয়াতলীত আৰক্ষীয়ে অভিযান চলায়। 
  • উক্ত অভিযানতে ড্ৰাগছসহ এজন সেৱনকাকাৰীক আটক কৰিবলৈ সক্ষম হয়।
  • কঠীয়াতলী আৰক্ষীয়ে আটক কৰা ধৃত ড্ৰাগছ সেৱনকাৰীজনৰ নাম নজৰুল হক। 
  • জানিব পৰা মতে ধৃত নজৰুলৰ পৰা ৫১ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।
অসম আৰক্ষী