New Update
/asomiyapratidin/media/media_files/2026/02/17/ap-for-web-lumding-2026-02-17-20-49-12.jpg)
- ৰে'লযোগে অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ
- লামডিং ৰে'ল জংচনত ভাংসহ আটক এজন।
- জি আৰ পি আৰু আৰ পি এফৰ যৌথ অভিযানত জব্দ হয় ভাংখিনি।
- নামনিমুৱা আগৰতলা শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনখনৰ সাধাৰণ শ্ৰেণীৰ ডবাৰ পৰা অভিযান চলাই ভাংসহ আটক কৰে এজন সৰবৰাহকাৰীক।
- ধৃত লোক জনৰ নাম টুটন দে।
- তেওঁৰ ঘৰ আগৰতলাত বুলি জানিব পৰা গৈছে।
- সৰবৰাহকাৰীৰ পৰা প্ৰায় ৯ কেজি ভাং জব্দ কৰে।
- জব্দকৃত সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৪ লাখ টকা।
- ভাংখিনি ৰে'লযোগে আগৰতলাৰ পৰা হোজাই লৈ যোৱাৰ পথতে জালত পৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us