New Update
/asomiyapratidin/media/media_files/2025/07/30/bokakhat-30-2025-07-30-21-18-38.jpg)
- বোকাখাতৰ ডিফলু নৈৰ বাঢ়নী পানীত এজন কিশোৰ সন্ধানহীন।
- সন্ধানহীন কিশোৰ জনৰ নাম চম্পক শৰ্মা বুলি জানিব পৰা গৈছে।
- বন্ধুৰ সৈতে ডিফলু নদীৰ পানী চাবলৈ গৈছিল কিশোৰজনে।
- সন্ধানহীন চম্পক শৰ্মাৰ ঘৰ বোকাখাতৰ কল্যাণপুৰ নেপালী গাঁৱত।
- কিশোৰজনৰ সন্ধানত স্থানীয় ৰাইজ আৰু SDRF অভিযান অব্যাহত আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us