বোকাখাতত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

পৰৱৰ্তী সময়ত ঘটনাস্থালীত নুমলীগড় বন বিভাগৰ লোক আৰু বোকাখাত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে

author-image
Asomiya Pratidin
New Update
357

প্ৰতিনিধিত্বমূলক ফটো

  • বোকাখাতত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ।
  • এই ঘটনাটো সংঘটিত হয় বোকাখাতৰ বৰচাপৰী বাগিচাৰ ৬ নং লাইনত।
  • নিহত লোকজনৰ নাম ধমা নায়ক।
  • বৰচাপৰি বাগিচাৰ নিবাসী ধমা নায়ক।
  • লোক জনে বাগিচাত গৰু বিচাৰি যোৱাৰ সময়ত বন্যহস্তীয়ে আক্ৰমণ কৰে।
  • ফলত লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয়। 
  • পৰৱৰ্তী সময়ত ঘটনাস্থালীত নুমলীগড় বন বিভাগৰ লোক আৰু বোকাখাত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
বন্যহস্তী বন্যহস্তীৰ আক্ৰমণ