/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও ধিং সংযোগী গড়কাপ্তানী পথৰ ৰাইডঙীয়াত শুকুৰবাৰে নিশা দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত এজন গুৰুত্বৰভাবে আহত হয়।
দুৰ্ঘটনাৰ পিছতেই দুৰ্ঘটনা সংঘটিত কৰা এএছ০২-জি-৩৮৫৪ নম্বৰৰ পালচাৰ মটৰচাইকেলখন জ্বলি উঠে। এই দুৰ্ঘটনাৰ ফলত চেকামল ইছলাম নামৰ এজন যুৱক গুৰুত্বৰভাবে আঘাটপ্ৰাপ্ত হয়। পাছত ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ আহত সকলক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us