New Update
/asomiyapratidin/media/media_files/2025/09/18/breaking-news-2025-09-18-15-30-47.jpg)
- আন এজন জুবিন প্ৰেমীৰ মৃ্ত্যু
- জুবিনৰ বিয়োগৰ শোক ম্ৰিয়মান হৈ লুইতৰ বুকুত জাঁপ দিলে এই জুবিন প্ৰেমীগৰাকীয়ে।
- শনিবাৰৰ নিশা তেওঁ আছিল গুৱাহাটীত।
- দেওবাৰে পুৱাই উত্তৰ গুৱাহাটীৰ বুলি এম ভি সুদৰ্শন নামৰ জাহাজখনত উঠিছিল।
- সেই জাহাজখনৰ পৰাই এনেদৰে নিজক নিঃশেষ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি।
- যুৱকজনৰ সন্ধানত উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত।