/asomiyapratidin/media/media_files/2026/01/07/1-2026-01-07-09-42-51.jpg)
ডিজিটেল ডেস্কঃ ডিমৌত আৰক্ষীৰ গুলীত নিহত এজন। দুগৰাকী লোকক আক্ৰমণ কৰা অভিযুক্তলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে। ইপিনে আৰক্ষীৰ গুলীত মৃত্যু ৰঞ্জিত পাণ্ডৱ নামৰ এজন লোক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-imag-2026-01-07-09-43-30.jpeg)
উল্লেখ্য যে, ৰঞ্জিত পাণ্ডৱৰ দাৰ ঘাপত আঘাতপ্ৰাপ্ত হয় দুজনকৈ লোক। আহত গীতা পাণ্ডৱ, মতিন পাণ্ডৱক AMCHলৈ প্ৰেৰণ কৰা হয়। ইপিনে আহত গীতা পাণ্ডৱ ৰঞ্জিত পাণ্ডৱৰ পত্নী বুলি জানিব পৰা গৈছে। পতি-পত্নীৰ কাজিয়া ভাঙিবলৈ আহিছিল মতিন পাণ্ডৱ ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2-2026-01-07-09-44-12.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us