গৌৰীপুৰত পিষ্টল সহ আটক যুৱক

আটক হোৱা ৰফিকুল ইছলামৰ ঘৰ খুদীমাৰীত। ৰফিকুল ইছলামে দীৰ্ঘদিনৰ পৰা বিভিন্নজনক দি আহিছিল দাবী ধমকি। গোপন খবৰৰ ভিক্তিত পিষ্টলসহ আটক যুৱকজন ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1
  • ধুবুৰীৰ গৌৰীপুৰত পিষ্টল সহ আটক এজন যুৱক।
  • গৌৰীপুৰ ১০নং ৱাৰ্ডত পিষ্টলসহ আটক ৰফিকুল ইছলাম নামৰ যুৱকজন।
  • আটক হোৱা ৰফিকুল ইছলামৰ ঘৰ খুদীমাৰীত।
  • ৰফিকুল ইছলামে দীৰ্ঘদিনৰ পৰা বিভিন্নজনক দি আহিছিল দাবী ধমকি।
  • গোপন খবৰৰ ভিক্তিত পিষ্টলসহ আটক যুৱকজন ।
  • অধিক তথ্যৰ বাবে যুৱকজনক মাৰাথন জেৰা অব্যাহত গৌৰীপুৰ আৰক্ষীৰ ।
গৌৰীপুৰ