/asomiyapratidin/media/media_files/2024/12/03/hGtnUPDmmllsrT38BZbe.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত মঙ্গলবাৰে হাত দাঙিলে এজন চৰকাৰী বিষয়াই। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাই চলোৱা এক অভিযানত এগৰাকী চৰকাৰী বিষয়াক হাতে- লোটে আটক কৰে।
জানিব পৰা মতে বিষয়াগৰাকী হৈছে- দৰং জিলা সমবায় সমিতি সমূহৰ ভাৰপ্ৰাপ্ত উপ পঞ্জীয়ক পৰেশ কুমাৰ চাহু। বিষয়াগৰাকীয়ে মহিলাৰ পৰা ৮,০০০ টকা লৈ থাকোতে হাতে লোতে ধৰা পৰে। দুগৰাকী মহিলাৰ পৰা সমবায় সমিতি পঞ্জীয়ন কৰাৰ নামত তেওঁ বিচাৰিছিল নগদ ১০,০০০ টকা।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us